মহামাৰী ক’ৰণাৰ এই অতি জটিল সময়ত জনসাধাৰণক সেৱা আগবঢ়োৱাক নিজৰ কৰণীয় লক্ষ্য হিচাপে গ্ৰহণ কৰা, সৰভোগ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় বুথ সভাপতি সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

মহামাৰী ক’ৰণাৰ এই অতি জটিল সময়ত জনসাধাৰণক সেৱা আগবঢ়োৱাক নিজৰ কৰণীয় লক্ষ্য হিচাপে গ্ৰহণ কৰা, সৰভোগ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় বুথ সভাপতি সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । সমষ্টিটোৰ ৬,০০০পৰিয়ালৰ মাজত আমী কাৰ্যকৰ্তা সকলে খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰাৰ পাছত, চকচকা মণ্ডল আৰু বৰপেটা ৰোড মণ্ডলৰ বুথ সভাপতি সকলে দিব্যাংগ লোকৰ মাজত খাদ্য-সামগ্ৰী যোগানৰ বিশেষ যত্ন গ্ৰহণ কৰিছে । জনসাধাৰণৰ প্ৰতি তেখেত সকলৰ সমৰ্পিত এই মনোভাৱ নি:সন্দেহে প্ৰশংসনীয় ।