সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্ন

সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্ন
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আজি ৩ ঘণ্টা জুৰি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰোঁ ৷
আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহে আগন্তুক দিনত ৰাজ্যত উন্নয়ন গতি অধিক ত্বৰান্বিত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷