“বৰপেটা সত্ৰৰ চিকিৎসাধীন ডেকা সত্ৰীয়া নৱজিৎ দাসৰ আশু আৰোগ্য কামনা কৰিছোঁ ।”
যোৱাকালি গুৱাহাটীৰ এপ’ল’ হস্পিটেলত ভৰ্তি কৰোৱা হোৱা বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস দেৱক আজি চিকিৎসালয় খনত দেখা কৰি তেখেতৰ অৱস্থাৰ বুজ লওঁ ।
লগতে,তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ ।
