প্ৰাক্তন ৰাষ্ট্ৰপতি,বিচক্ষণ ৰাজনীতিবিদ ফখৰুদ্দীন আলি আহমেদ ডাঙৰীয়াক তেখেতৰ পুণ্য-জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা এইজন অসম সন্তানক লৈ আজিও প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰে। তেখেতৰ ৰাজনৈতিক,সামাজিক অৱদান অসমবাসীৰ বাবে সদায় অতুলনীয় হৈ ৰ’ব।





