স্বৰ্গদেউ সৰ্বানন্দ সিংহ মৃত্যু দিৱস

স্বৰ্গদেউ সৰ্বানন্দ সিংহ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক । তেখেতে উজনি অসমত ১৭৮৮খ্ৰীষ্টাব্দৰ গণ বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল ।

মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ জনাৰ মৃত্যু দিৱসত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰিছোঁ ।