স্বাধীনতা যুঁজাৰু, শিক্ষাবিদ, সমাজ-সংস্কাৰক, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া দেৱৰ জন্ম-বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ন বাৰকৈ পদাধিকাৰৰ পদ নিষ্ঠাৰে বহন কৰি উত্তৰ- পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে অনুষ্ঠানটিক উন্নীত কৰা প্ৰয়াত বৈষ্ণুৱ পণ্ডিত গৰাকীক তেখেতৰ পৱিত্ৰ জন্ম-দিৱসত গভীৰ শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।





