মহান শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ ১১৭ সংখ্যক পৱিত্ৰ জন্ম দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।

মাতৃভূমি অসম তথা উত্তৰ-পূব,দেশ মাতৃ ভাৰতবৰ্ষৰ জ্যোতিৰে পৃথিৱী পোহৰোৱাৰ বাবে যুৱ শক্তিক নিজৰ মহান শিল্পী-প্ৰতিভাৰে উদ্বোদ্ধ কৰা মহান শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ ১১৭ সংখ্যক পৱিত্ৰ জন্ম দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।