কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পুণ্য-মৃত্যু-তিথিত সুৰকাৰ-নৃত্য বিষাৰদ জননেতা গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।

অসমীয়া জনজীৱনৰ চিত্ৰায়ণ কৰা তেখেতৰ ৰচিত ৰাভা সংগীত,তেখেতৰ সৃষ্ট নৃত্য অসমীয়া কলা-সংস্কৃতিৰ লাইখুঁটা স্বৰূপ ।