“শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচৱৰ মধু আলোড়ন ।”

“শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচৱৰ মধু আলোড়ন ।”

ৰঙালী বিহুৰ পতাকা উত্তোলনৰ গীত “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উসৱৰ মধু আলোড়ন” শীৰ্ষক কালজয়ী গীতটোৰ স্ৰষ্টা, বিশিষ্ট গীতিকাৰ, আকাশবাণী আৰু অসমৰ সংগীত জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা বৰপেটাত জন্মগ্ৰহণ কৰা অসমৰ সু-সন্তান পুৰুষোত্তম দাস দেৱৰ স্মৃতি দিৱসত তেখেতক আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।