আজিৰ “বলিদান দিৱস”ত “এক বিধান,এক নিশান,এক প্ৰধান” আন্দোলনৰ হোতা,মহান দেশভক্ত,বিশিষ্ট শিক্ষাবিদ,ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী “ভাৰতীয় জন সংঘ”ৰ প্ৰতিষ্ঠাপক ড. শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ প্ৰধান কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ প্ৰেক্ষাগৃহত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰোঁ ।
মহান ৰাষ্ট্ৰভক্ত গৰাকীৰ জীৱন ৰাষ্ট্ৰীয় ঐক্য-সংহতিৰ গৌৰোৱোজ্জ্বল প্ৰতিক ।





