কালিৰে পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে বন মহোৎসৱ।

“আহক, গছপুলি ৰোপন তথা দ্বায়িত্ব সহকাৰে তাক সংৰক্ষণ কৰি আমি প্ৰতিজনে প্ৰদূষণমুক্ত এখন সেউজ অসম গঢ়োঁ”

সেউজীয়া পৃথিৱী এখন গঢ় দিয়াৰ মহৎ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে “বন মহোৎসৱে”।
কালিৰে পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে বন মহোৎসৱ।

মানুহৰ কল্যাণৰ বাবেই, মানুহেই প্ৰকৃতিক কুশলে ৰখাৰ দ্বায়িত্ব ল’ব লাগিব। প্ৰদূষণমুক্ত এটি পৰিৱেশ গঢ় দি সেউজীয়া পৰিৱেশ এটি জীয়াই ৰখাৰ দ্বায়িত্ব আমি প্ৰতিজনে লোৱাৰ একান্ত প্ৰয়োজন।

“ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গছপুলি ৰোপন, সংৰক্ষণৰ বাবে সকলো আগুৱাই আহক ।”