পশ্চিম বংগত জন্ম লভা মহান দেশভক্ত ড° শ্যামা প্ৰসাদ মুখাৰ্জী দেৱে ভাৰতবৰ্ষৰ অংগ কাশ্মীৰত দেশৰ ত্ৰিৰংগা পতাকা উৰুৱাবৰ বাবে মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰি হাতত ত্ৰিৰংগা পতাকা লৈ অাগুৱাই গৈ কাশ্মীৰত নিজৰ জীৱন দেশৰ ঐক্য সংহতিৰ বাবে সমৰ্পণ কৰিছিল ।
ভাৰতবৰ্ষৰ একতা অাৰু অখণ্ডতাৰ বাবে সৰ্বোচ্চ দেশ প্ৰেমৰে অশেষ ত্যাগ কৰা বিশিষ্ট শিক্ষাবিদ,দাৰ্শনিক, ৰাজনীতিক,ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ পৱিত্ৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।





