চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱক তেখেতৰ ওপজা দিনত অান্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।

গল্পকাৰ,ঔপন্যাসিক তথা “মহাৰথী”ৰ স্ৰষ্টা, সাহিত্য অকাডেমি বঁটা প্ৰাপক, সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱক তেখেতৰ ওপজা দিনত অান্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।