কোৱাৰেন্টাইন হৈ থকাৰ বাবে ঘৰৰ পৰাই এই কেইদিন “ভিডিঅ’ কনফাৰেন্স”ৰ লগতে কাকত আলোচনী তথা ভিন্ন গ্ৰন্থ সমূহেই মোৰ সমল হৈছে ।
ইয়াৰ মাজতে,ড° দেৱদত্ত বৰকটকীৰ সম্পাদনাত প্ৰতিমাহে প্ৰকাশ পোৱা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” খন পঢ়িলোঁ ।
বিগত মাহ সমূহৰ দৰে এই মাহৰ সংখ্যাটিও সামগ্ৰিকভাৱে ভাল হৈছে ।

আপোনালোকেও লকডাউনৰ এই সময়খিনিত আলোচনী খন পঢ়িব পাৰে ডিজিটেল মাধ্যমৰে https://asomiyabjpbarta.in/ ত আলোচনীখন উপলব্ধ ।
আপুনিও পঢ়ক,পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতেও বিনিময় কৰক ।




