নেপালী আদিকবি ভানুভক্ত অাৰ্চায দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

নেপালী আদিকবি ভানুভক্ত অাৰ্চায দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

সংস্কৃত ৰামায়ণৰ প্রথম গৰাকী নেপালী অনুবাদক, আদি কবি ভানুভক্ত আচাৰ্যই নিজৰ সৃষ্টিৰাজিৰে নেপালী ভাষা-সাহিত্য সমৃদ্ধ কৰি গৈছে ।