সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰবাদ প্ৰতীম সংগঠক,”দা আছাম ট্ৰিবিউন-দৈনিক অসম” বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, বিশিষ্ট সমাজকৰ্মী, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।

ৰাজ্য খনৰ সমাজ জীৱনলৈ তেখেতৰ অৱদান প্ৰাত:স্মৰণীয় ।