আন্তর্জাতিক অপৰাধী বিচাৰৰ ব্যবস্থাটোক স্বীকৃতি দিয়াৰ প্রয়াসেৰে ১৭ জুলাইৰ দিনটোক বিশ্বব্যাপী “আন্তর্জাতিক ন্যায়বিচাৰ দিৱস” ৰূপে পালন কৰি অহা হৈছে।
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা তথা জ্ঞান থাকিলে প্ৰতিটো অপৰাধ সমাজৰ নিৰ্মূল কৰা যথেষ্ট সহজ হয়।
ন্যায় ব্যৱস্থাৰ প্ৰতি প্ৰতিজনৰ আস্থা অটুত থকাৰ লগতে এই সম্পৰ্কত প্ৰতিজনে জ্ঞাত হৈ সমাজৰ অপৰাধ সমুহ নিৰ্মূল কৰিবলৈ সজাগ আৰু সচেতন থকাৰ আন্তৰিক কামনা কৰিছোঁ।





