শ্ৰদ্ধাৰ ড° লীলা গগৈ দেৱক তেখেতৰ মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰা শ্ৰদ্ধাৰ ড° লীলা গগৈ দেৱক তেখেতৰ মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।