শ্ৰদ্ধাৰ লোকমান্য বাল গঙ্গাধৰ তিলক দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।

“স্বৰাজ আমাৰ জন্মস্বত্ব” বাণীৰে ইংৰাজৰ বিৰুদ্ধে সাহসৰে যুঁজ দিয়া শ্ৰদ্ধাৰ লোকমান্য বাল গঙ্গাধৰ তিলক দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।