অসমীয়া ৰহস্য সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী কথা শিল্পী তথা প্ৰসিদ্ধ থ্ৰিলাৰ ঔপন্যাসিক, অভিনেতা ৰবীন দে দেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।