প্ৰতিজন বীৰ শ্বহীদক “কাৰ্গিল বিজয় দিৱস”ত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ হকে নিজৰ জীৱন বলিদান দিয়া প্ৰতিজন বীৰ শ্বহীদক “কাৰ্গিল বিজয় দিৱস”ত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

দেশমাতৃৰ সুৰক্ষা আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱন সমৰ্পন কৰা প্ৰতিজন শ্বহীদৰ ত্যাগক দেশে অনাদি অনন্ত কাললৈ সগৌৰৱৰে, সাহসৰ অন্যতম সোপান হিচাপে লৈ স্মৰণ কৰি থাকিব।