“জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকাই সময়ক ভালকৈ ব্যৱহাৰ কৰিবলৈ, সময়ে শিকাই জীৱনৰ মূল্য দিবলৈ।”
ড°এ পি জে আব্দুল কালাম।
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মানৱ ড° এ পি জে আব্দুল কালাম ডাঙৰীয়াক তেখেতৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।





