প্ৰতিজন সাহসী সৈনিকক “কেন্দ্ৰীয় ৰিৰ্জাভ পুলিচ বাহিনীৰ ” প্ৰতিষ্ঠা দিৱসত আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জনাইছোঁ।
সাহসী সৈনিক সকলৰ সংকল্প, অদম্য সাহস আৰু ত্যাগে দেশমাতৃক সদায় সুৰক্ষা প্ৰদান কৰি আহিছে।
Greetings to all ranks of CRPF on their 82nd Raising Day.
It was an honour to lead this largest paramilitary force of the world.
I wish the very best to this organization & pray to almighty that each member of the force & their families enjoy good health & happiness.





