“নটসূৰ্য” ফণী শৰ্মা দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

“নটসূৰ্য” ফণী শৰ্মা দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।
অসমীয়া বোলছবি আৰু নাট্যজগতৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদান প্ৰতিজন অসমীয়াৰ বুকুত চিৰদিন সজীৱ হৈ থাকিব।