আজিৰ এই বিশেষ দিনটো অৰ্থাৎ ৩১ জুলাই ২০২০ তাৰিখতো মুছলিম মহিলাসকলৰ অধিকাৰৰ দিৱস হিচাপে পালন কৰা হৈছে, লগতে ভাৰতীয় গণতন্ত্ৰৰ এক সোণালী দিন হিচাপে স্বীকৃতি দিয়া হৈছে কিয়নো তিনি তালাকৰ দৰে এক নিৰ্মম নিয়মত নিষেধাজ্ঞা জাৰি কৰি লিংগ বৈষম্যতা আঁতৰাই মুছলিম মহিলাসকলৰ সন্মান আৰু সম্যতা পুনৰ ঘূৰাই অনা হৈছে ।
The Narendra Modi Ji Govt. a year ago on this day, made a glorious decision to abolish the evil practices of #TripleTalaq to ensure the rights of Muslim Women and serve justice.
This day will be always be remembered as #MuslimWomenRightsDay as we rejoice the victory of truth and righteousness.





