প্ৰভূ শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন হ’ব ৷ গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক সন্ধিয়ালৈ নিজ গৃহত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনালোঁ

“ओम, मुझे पृथ्वी पर ध्यान करने दो
वह जो सब को प्रदान करता है, हमें बहुतायत से आशीर्वाद देता है,
और पृथ्वी की देवी को मेरा मन रोशन करने दो। ”
”Om, Let me meditate on the Earth
The One who provides all , bless us with abundance,
And let the Goddess of Earth illuminate my mind.”

বিগত ৫০০ বছৰৰ বহুতো জল্পনা – কল্পনাৰ অন্তত আজি ৫ আগষ্ট ২০২০ তাৰিখ বুধবাৰে প্ৰভূ শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন হ’ব ৷
গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক সন্ধিয়ালৈ নিজ গৃহত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনালোঁ ৷