মহান নেত্ৰী সুষমা স্বৰাজ ডাঙৰীয়ানীৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ৷

অবিস্মৰণীয় কৰ্মদক্ষতা আৰু উৎসৰ্গিত মনোভাৱেৰে দেশৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মহান নেত্ৰী সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে বলিষ্ঠ ভূমিকা পালন কৰিছিল ৷

আজি মহান নেত্ৰী গৰাকীৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ৷

महान नेत्री सुषमा स्वराज जी हमसे दूर गये हुए एक वर्ष हो गया,लेकिन उनका स्नेह,उनके सहज स्वभाव की यादें आज भी हमारे साथ हैं ।

उनके जाने से भारतीय राजनीति में जो कमी हुई है,उसकी भरपाई कभी नही हो सकेगी । उनकी पुण्यतिथि पर उन्हें मेरा श्रद्धापूर्वक नमन ।