ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে এই শিল্পৰ সৈতে জড়িত শিল্পীসকলক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ৷
হস্ততাঁত শিল্পীসকলৰ যাদুকৰী দুহাতত আৰ্কষণীয় ৰূপত অপূৰ্ব সৌন্দৰ্যৰে প্ৰাণ পাই উঠা সকলো সামগ্ৰীয়েই বিশ্বৰ বজাৰ দখল কৰক৷
আত্মনিৰ্ভৰ হোৱাৰ অন্যতম এক নিৰ্ভৰশীল বাট হওক হস্ততাঁত শিল্প৷

#Vocal4Handmade