ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ নিযুক্ত সন্মানীয় মুখপাত্ৰ সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
আপোনাসৱে দলৰ মুখপাত্ৰ দ্বায়িত্ব আন্তৰিকতাৰে গ্ৰহণ কৰি দলৰ কাম ৰাইজৰ মাজলৈ নিষ্ঠা সহকাৰে লৈ গৈ জনগণৰ মাজত দলৰ স্থিতি আৰু অধিক মজবুত কৰি দলক আৰু শক্তিশালী কৰাত আপোনাসৱৰ দ্বায়িত্ব এশ শতাংশ প্ৰতিশ্ৰুতিৰে পালন কৰিব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ।
প্ৰতিজনলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।





