মজুমদাৰ ডাঙৰীয়াৰ মাতৃৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷

ধিং সমষ্টিৰ অন্তগৰ্ত নাম-দুমদুমীয়া ভকত গাওঁ স্থিত ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কাৰ্যকৰ্তা ৰঞ্জিৎ মজুমদাৰ দেৱৰ গৃহত আজি তেখেতৰ পৰম পূজনীয় মাতৃৰ বিয়োগৰ বাবে তথা আদ্য শ্ৰাদ্ধ উপলক্ষে আয়োজিত নাম- প্ৰসংগত ময়ো ভকত বৈষ্ণৱ ৰ লগত অংশ লৈ সেৱা ল’লো৷
মজুমদাৰ ডাঙৰীয়াৰ মাতৃৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷