মাননীয় প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এতিয়া সমগ্ৰ দেশতে এক সৰবৰাহকাৰী ৰূপত থিয় দিছে ।

মাননীয় প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এতিয়া সমগ্ৰ দেশতে এক সৰবৰাহকাৰী ৰূপত থিয় দিছে ।

বিশেষকৈ আমাৰ কৃষকসকলৰ প্ৰতি চৰকাৰ খনে অতি নিষ্ঠা, আগ্ৰহ আৰু আন্তৰিকতাৰে কাম কৰাৰ বাবে আগবাঢ়ি আহিছে।

কৃষক সকলে ৰ’দ- বৰষুণকো নেওচি আমাৰ সকলোৰে বাবে অতি কষ্টৰে শস্য উৎপাদন কৰি আহিছে। কৃষক সকলে লাভ কৰিব লগা সন্মান আৰু প্ৰাপ্তিৰ বাবেই দেশৰ কৃষক সকলৰ পক্ষে গ্ৰহণ কৰা “পি.এম. কৃষাণ যোজনা(#PMKisanYojana)” ৰ অধীনৰ অৰ্থোপাৰ্জনৰ পদক্ষেপটি এক বিশাল, বলিষ্ঠ তথা শক্তিশালী পদক্ষেপৰ দিশে আগবাঢ়িছে।