ৰবিন্দ্র চৰকাৰ ডাঙৰীয়াৰ পূণ্য আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ ধেমাজি গাওঁ পঞ্চায়তৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা ১০৭ নং বুথৰ প্রাক্তন বুথ সভাপতি ৰবিন্দ্র চৰকাৰ ডাঙৰীয়াৰ আকস্মিক বিয়োগৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে।

তেখেতৰ পূণ্য আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।


শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ

Ranoj Pegu BJP Assam Pradesh