মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিজৰ প্ৰাণ বিৰ্সজন দিয়া অসম ৰাইফলছৰ হাবিলদাৰ তথা বজালীৰ ঘটবৰ সাদেৰী গাওঁৰ বীৰ শ্বহীদ প্ৰণয় কলিতাৰ দেৱৰ পবিত্ৰ স্মৃতিত সাত দিনৰ ভিতৰত নিৰ্মান সম্পূৰ্ণ হৈ উঠা প্ৰতিমূৰ্তি ভাগ আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰোঁ।
বীৰ সৈনিক প্ৰণয় কলিতাৰ, দেশ প্ৰেম, ত্যাগ আৰু বীৰত্ব অনাগত প্ৰজন্মৰ বাবে হৈ ৰওক দেশৰ হকে সেৱা কৰাৰ সাহস আৰু অনুপ্ৰেৰণা।






