বৈষ্ণৱ পণ্ডিত,শংকৰী সাহিত্যৰ স্বৰ্ণৰেখাকাৰ,গৱেষক- সাধক,শ্ৰী মন্ত শংকৰদেৱ বঁটা,শংকৰদেৱ শিল্প-সাধনা বঁটা,গুৰু শংকৰ-মাধৱ বঁটা,সত্ৰ-ৰত্ন,সংস্কৃতি-ভূষণ, সাহিত্য অকাডেমি সন্মানকে ধৰি অসংখ্য বটাঁৰে বিভূষিত,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক মাজুলীৰ শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৰ প্ৰয়াণৰ খবৰে মৰ্মাহত কৰিছে ।

মহান সাধক জনাৰ বৈকুণ্ঠ গামী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
শোক-সন্তপ্ত আত্মীয়-স্বজন গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।