ভাৰতৰ মহাকাশ অভিযানৰ পিতৃপুৰুষ বিজ্ঞানী বিক্ৰম চাৰাভাইক তেখেতৰ জন্মবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ৷

ভাৰতৰ মহাকাশ অভিযানৰ পিতৃপুৰুষ বিজ্ঞানী বিক্ৰম চাৰাভাইক তেখেতৰ জন্মবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ৷

চাৰাভাই দেৱে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO) ১৯৬২ চনত স্থাপন কৰিছিল৷
১৯৭৫ চনত উৎক্ষেপিত উপগ্ৰহ “আৰ্য্যভট্ট” আছিল চাৰাভাই দেৱৰ নীৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফল৷
তেখেতৰ এনে বহু অৱদান ভাৰতবৰ্ষৰ বাবে চিৰদিন হৈ ৰ’ব পৃথিৱীৰ সমুখত চিনাকি আৰু গৌৰৱৰ অন্যতম সোপান৷ দেশৰ বাবে সাহস আৰু শক্তিৰ আধাৰ৷