স্বাধীনতা সংগ্ৰামৰ প্ৰতিগৰাকী বীৰ শ্বহীদ, সংগ্ৰামী যুঁজাৰু,বীৰ-বীৰাংগনাক স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।

স্বাধীনতা সংগ্ৰামৰ প্ৰতিগৰাকী বীৰ শ্বহীদ, সংগ্ৰামী যুঁজাৰু,বীৰ-বীৰাংগনাক স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । তেখেত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদিছোঁ ৷
দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ উপলক্ষত আজি পুৱা ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ প্ৰধান কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ প্ৰাংগণত পতাকা উত্তোলনৰ শুভ মুহূৰ্তত…