দেশৰ আধুনিক ৰাজনীতিৰ এগৰাকী অন্যতম পথিকৃৎ,ভূতপূৰ্ব প্ৰধান মন্ত্ৰী, অসম হিতৈষী “ভাৰত-ৰত্ন” অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ স্মৃতি দিৱসত ভাৰতীয় জনতা পাৰ্টিৰ, বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ত কাৰ্যকৰ্তা সকলৰ সৈতে বাজপেয়ী জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন আৰু বন্তি প্ৰজ্বলনৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।






