শাস্ত্ৰীয় সংগীতৰ সাধক পণ্ডিত যশৰাজ জীৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

শাস্ত্ৰীয় সংগীতৰ সাধক পণ্ডিত যশৰাজ জীৰ বিয়োগৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে।

প্ৰায় ৮০ বছৰজোৰা সংগীতৰ বৰ্ণিল জীৱনত তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰ লগতে পদ্ম বিভূষণ সন্মানেৰেও সন্মানিত হৈছিল। যশৰাজ জীৰ বিয়োগ শাস্ত্ৰীয় সংগীত ক্ষেত্ৰৰ বৃহৎ ক্ষতি।

তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।