শ্ৰদ্ধাৰ লক্ষ্যধৰ চৌধুৰী দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷

বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ তথা জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাইজক সেৱা আগবঢ়োৱা শ্ৰদ্ধাৰ লক্ষ্যধৰ চৌধুৰী দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷