বড়ো সাহিত্যৰ শক্তিশালী লেখক-সাহিত্যক, শিক্ষক, সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ ওৱাৰী দেৱৰ বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ।

বড়ো সাহিত্যৰ শক্তিশালী লেখক-সাহিত্যক, শিক্ষক, সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ ওৱাৰী দেৱৰ বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ।
সাহিত্য একাডেমি, বড়ো সাহিত্য সভাৰ সামেশ্বৰী সোঁৱৰণী বঁটা আৰু প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট সাহিত্যিক গৰাকীৰ বিয়োগ সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
তেখেতৰ পূণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে তেখেতৰ গুনমুগ্ধ আৰু পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
মোৰ সৰভোগ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা এই গৰাকী স্বনামধন্য ব্যক্তি বৈকুন্ঠী হোৱাত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ ।