স্বনামধন্য অৰ্থনীতিবিদ-আইনবিদ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী, বিশিষ্ট ৰাজনীতিবিদ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অৰুণ জেটলী ডাঙৰীয়াৰ পুণ্য মৃত্যু-বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।
দেশৰ অৰ্থনৈতিক-সামাজিক আৰু ৰাজনৈতিক জীৱনলৈ তেখেতে আগবঢ়াই যোৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব ।





