প্ৰেম- আন্তৰিকতাৰ বাৰ্তাৰে নি: কিন, অসহায়, আৰ্তজনৰ বাবে সেৱা কৰি অহা তথা সদায় মানৱ কল্যাণাৰ্থে কাম কৰি অহা মহীয়সী নাৰী মাদাৰ টেৰেছাক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷