জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসানৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে । বহু অসমীয়া চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতক চহকী কৰি যোৱা তেখেতৰ বিয়োগ অসমীয়া সংগীত জগতৰ এক অপূৰণীয় ক্ষতি।

জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসানৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে ।
বহু অসমীয়া চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতক চহকী কৰি যোৱা তেখেতৰ বিয়োগ অসমীয়া সংগীত জগতৰ এক অপূৰণীয় ক্ষতি।

শিল্পী গৰাকীৰ চিৰসেউজ গীত সমূহ সদায় জনতাৰ বুকুত গুঞ্জৰিত হৈ থাকিব।

মহান শিল্পী গৰাকীৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
জনপ্ৰিয় কণ্ঠশিল্পী তথা পুত্ৰ অংগৰাগ পাপন মহন্ত সহিতে শোকসন্তপ্ত পৰিয়াল আৰু গুনমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।