আজি ৩১ আগষ্ট ২০২০ তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী লখেন হাজৰিকা, লক্ষিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক শ্ৰী ৰূপেশ্বৰ গগৈকে ধৰি আন ২৬ জন সদস্য আৰু প্ৰাক্তন উপ-সভাপতি মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহ সাধাৰণ সম্পাদক শ্ৰী বিৰেণ কৈৰী, মজদুৰ সংঘৰ প্ৰাক্তন সদস্য শ্ৰী মিন্ন ঘাটোৱাৰকে ধৰি সৰ্বমুঠ ২৯ জন সদস্যই যোগদান কৰে৷

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্যিক চৰকাৰখনৰ নীতি আদৰ্শৰ ওপৰত আস্থা ৰাখি আজি ৩১ আগষ্ট ২০২০ তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী লখেন হাজৰিকা, লক্ষিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক শ্ৰী ৰূপেশ্বৰ গগৈকে ধৰি আন ২৬ জন সদস্য আৰু প্ৰাক্তন উপ-সভাপতি মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহ সাধাৰণ সম্পাদক শ্ৰী বিৰেণ কৈৰী, মজদুৰ সংঘৰ প্ৰাক্তন সদস্য শ্ৰী মিন্ন ঘাটোৱাৰকে ধৰি সৰ্বমুঠ ২৯ জন সদস্যই যোগদান কৰে৷

নতুনকৈ যোগদান কৰা সকলো সদস্যকে উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জনাইছো৷

আগন্তুক দিনত সকলোৱে দলীয় স্বাৰ্থত একেলগে কাম কৰি যাবলৈ আহ্বান জনালোঁ ।