দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,”ট্ৰাবল শ্বুটাৰ” হিচাপে পৰিচিত,বৰ্ষীয়ান ৰাজনীতিবিদ ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ বিয়োগ দেশৰ বাবে এক অপূৰণীয় ক্ষতি । দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,”ট্ৰাবল শ্বুটাৰ” হিচাপে পৰিচিত,বৰ্ষীয়ান ৰাজনীতিবিদ ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ বিয়োগ দেশৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ পৰলোকগামী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ প্ৰয়াত মুখাৰ্জীদেৱে দেশৰ সংসদীয় ৰাজনীতিলৈ আগবঢ়াই যোৱা অৱদান সমগ্র দেশে সদায় শ্ৰদ্ধাৰে সুঁৱৰিব । Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more