আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ দ্বাৰা প্ৰচাৰিত আৰু প্ৰকাশিত, ড° দেৱদত্ত বৰকটকী দেৱৰ দ্বাৰা সম্পাদিত মাহেকীয়া মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা”ৰ এই মাহৰ সংখ্যাটি শুভ উন্মোচন কৰা হয়৷

এই উন্মোচনী অনুষ্ঠানত মোৰ সহিতে দলৰ ৰাজ্যিক উপ- সভাপতি ৰতন টেৰন, বিধায়ক প্ৰশান্ত ফুকন অাৰু সম্পাদক কিশোৰ উপাধ্যায় ডাঙৰীয়া আৰু দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

উল্লেখ্য যে এই মাহৰ মুখপত্ৰ খনি সকলো পাঠকে অনলাইন যোগেও পঢ়িব পাৰিব। https://rb.gy/j0br4q