ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰাম মাধৱ ডাঙৰীয়াৰ সৈতে মিলিত হৈ দলৰ সাংগঠনিক বিভিন্ন দিশ সম্পৰ্কত দলৰ কাৰ্যকৰ্তা তথা বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰাম মাধৱ ডাঙৰীয়াৰ সৈতে মিলিত হৈ দলৰ সাংগঠনিক বিভিন্ন দিশ সম্পৰ্কত দলৰ কাৰ্যকৰ্তা তথা বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত দলৰ কাৰ্যকৰ্তা সকলৰ সক্ৰিয় সহযোগৰে কিদৰে আগন্তুক দিনত ৰাজ্যিক বিজেপি আগবাঢ়িব এই সম্পৰ্কটো তেখেতে দলৰ বিষয়ববীয়া-কাৰ্যকৰ্তা সকলক বিভিন্ন ইতিবাচক পৰামৰ্শ আগবঢ়াই। Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more