ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গণত দলীয় পতাকা উত্তোলন কৰি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ শুভাৰম্ভণি কৰোঁ ।