চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।
শিক্ষা ব্যৱস্থাৰ আমোল পৰিবৰ্তন কৰা যুগনায়ক ৰাধাকৃষ্ণণ দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আজিৰ দিনটোত “শিক্ষক দিৱস” হিচাপে উদযাপন কৰা হয়। এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী শিক্ষাগুৰুৰ শ্ৰী চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু তেখেত সকলৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ।
আপোনাসৱৰ আশীষৰে জগত পোহৰ হৈ থাকক।
