অসমীয়া জাতি, সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা সৰ্বশাস্ত্ৰ বিশাৰদ, অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ গুৰুজনাক তেৰাৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷

অসমীয়া জাতি, সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা সৰ্বশাস্ত্ৰ বিশাৰদ, অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ গুৰুজনাক তেৰাৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷

অসম তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনক ন ৰূপৰে, শক্তিশালী ভাবে প্ৰতিষ্ঠা কৰি গুৰুজনাই প্ৰদান কৰা অনবদ্য অৱদানৰে চিৰদিন অসমীয়া তথা ভাৰতীয়ৰ বুকুত সাহস আৰু অনুপ্ৰেৰণা হৈ থাকিব মহাপুৰুষ মাধৱদেৱ গুৰুজনা৷

তেখেতৰ তিৰোভাৱ তিথি উপলক্ষে আজি গুৰুজনাৰ দ্ধাৰা প্ৰতিষ্ঠিত কামৰূপ(আমৰাঙ্গা) স্থিত “সৰুহেৰামদো“ সত্ৰত উপস্থিত হৈ সত্ৰবাসী, ভক্তপ্ৰাণ ৰাইজৰ সৈতে গুৰুজনাৰ শ্ৰীচৰণত সেৱা তথা প্ৰাৰ্থনা জনাই দেশবাসীৰ মংগল কামনা কৰোঁ৷